Class 5 Assamese Medium Question Answer Lesson 4 – পিঠাৰ মেল

By Amit Kumar

Published on:

Class 5 Assamese Medium, Class 5 Assamese Medium Question Answer, পিঠাৰ মেল, class 5 assamese question answer, class 5 assamese medium question answer, অংকুৰণ class 5, assamese class 5, class 5 assamese book, অসমীয়া class 5, class 5 assamese book question answer, class 5 assamese question answer chapter 4,
- Advertisement -

Class 5 Assamese Medium Question Answer

Class 5 Assamese Medium, Class 5 Assamese Medium Question Answer, পিঠাৰ মেল, class 5 assamese question answer, class 5 assamese medium question answer, অংকুৰণ class 5, assamese class 5, class 5 assamese book, অসমীয়া class 5, class 5 assamese book question answer, class 5 assamese question answer chapter 4,

পিঠাৰ মেল

পাঠভিত্তিক ক্রিয়া কলাপ

- Advertisement -

উত্তৰ দিয়া: Class 5 Assamese Medium

১। কোনে কাক কি প্ৰসংগত কৈছে ?

(ক) ” এই দেশত আৰু বেছি দিন

                       নাই আমাৰ ভাত।”

- Advertisement -

উত্তৰ: উক্ত কবিতাফাকি চুঙা পিঠাই খোলাচাপৰীয়া বাই অৰ্থাৎ খোলাচাপৰীয়া পিঠাক দেশত পিঠাবোৰৰ মান – সন্মান কম হোৱা বুলি, মানুহে নতুন নতুন মিঠাই পাই পিঠাবোৰক অনাদৰ কৰা দুখত উক্ত কথাষাৰ কৈছে।

(খ) “কিয় কৱ তেনে দুখ লগা কথা ?”

উত্তৰ: উক্ত বাক্য শাৰী সুতুলী পীঠাই কৈছে যেতিয়া সুতুলীয়ে খোলাচাপৰীয়াক চুঙা পিঠাই সিহঁতৰ ভাত আৰু দেশত বেছি দিন নাই বুলি কৈ থকা শুনিলে।

(গ) “লাৰু আৰু পিঠাবোৰোক হায়

                        ঘিনৰ চকুৰে চায় ।”

উত্তৰ: উক্ত বাক্যশাৰীৰ সহায়ত চুঙা পিঠাই আজিকালি পিঠাবোৰৰ ঘোৰ অপমান দেখি খোলাচাপৰীয়া বাই সহ সকলো পিঠাৰ আগত নিজৰ দুখ প্ৰকাশ কৰি আছিল।

২। তলৰ খালি ঠাইত বাকচত থকা উপযুক্ত শব্দৰে পূৰোৱা –

ভঁৰালী কোঠা   উৰুকা   পাচি  ঘপৰাই
ঘোৰ অপমান   হঠাৎ  ঘিণ

উদাহৰণ  অতি  অসন্মান / অৱমাননা – ঘোৰ অপমান 

আকস্মাৎ – হঠাৎ

বিহুৰ আগদিনা – উৰুকা

শৈস্য আদি থবৰ কাৰণে বাঁহৰ কাঠিৰে সজা বহল মুখৰ সঁজুলি  – পচি

লৰালৰিকৈ কৰা কাৰ্য্য – ঘপৰাই 

ঘৃণা, ভাল নোপোৱা – ঘিন

বস্তু সামৰি থোৱা কোঠা – ভঁৰালী কোঠা

(৩) পদ্যটোত উল্লেখ থকা পিঠাৰ নামবোৰ পাচিৰ (বাকচ) পৰা বিচাৰি উলিয়াই খালী ঠাইত লিখা।

তেকেলি পিঠা – ঘিলা পিঠা
পানী পিঠা – সুতুলী পিঠা
ফেনি পিঠা – চুঙা পিঠা
 নাৰিকলৰ পিঠা – খোলাচাপৰীয়া পিঠা
তিল পিঠা – বৰ পিঠা
খীৰ পিঠা – কল পিঠা
তাল পিঠা – জেং পিঠা 

উত্তৰ: পাঠত উল্লেখ থকা পিঠাবোৰ হৈছে – চুঙা পিঠা, সুতুলী পিঠা, ফেনি পিঠা আৰু  খোলাচাপৰীয়া পিঠা।

(৪) উত্তৰ লিখা: Class 5 Assamese Medium

(ক) খোলাচাপৰীয়া পিঠাক কোনে কি বুলি সম্বোধন কৰিছিল? 

উত্তৰ: খোলাচাপৰীয়া পিঠাক চুঙা পিঠাই খোলাচাপৰীয়া বাই বুলি সম্বোধন কৰিছিল।

(খ) কি কি পিঠাই ‘ পিঠাৰ মেল’ত ভাগ লৈছিল?

উত্তৰ: চুঙা পিঠা, সুতুলী পিঠা, ফেনি পিঠা আৰু খোলাচাপৰীয়া পিঠাই ‘ পিঠাৰ মেল’ত ভাগ লৈছিল। 

(গ) অকমানিয়ে পীঠা, লাৰুৰ সলনি কি কি খাবলৈ বিচাৰে ? 

উত্তৰ : অকমানীক পিঠা, লাৰুৰ সলনি লুচি, বিস্কুট, চাহ, ৰসগোল্লা আদি লাগে।

Class 5 Assamese Question Answer Lesson 1-অসম আমাৰ ৰূপহী
Class 5 Assamese Question Answer Lesson 2 – পখী আৰু মানুহ
Class 5 Assamese Medium Question Answer Lesson 3 – অৰূপৰ আবেদন

Leave a Comment