- Advertisement -
পাৰ্থক্য লিখা
পৰজীৱী আৰু মৃতজীৱী
Ans:
- Advertisement -
- পৰজীৱী জীৱই আন জীৱিত জীৱৰ পৰা খাদ্য শোষণ কৰি তাৰ পুষ্টি সাধন কৰে । আনহাতে মৃতজীৱী জীৱই মৰা, পচা আদি বস্তুৰ পৰাহে খাদ্য শােষণ কৰি জীয়াই থাকে।
- পৰজীৱী জীৱই পোষকৰ অনিষ্টসাধন কৰে, কিন্তু মৃতজীৱী জীৱই এনে নকৰে।
- অমৰলতা বা আকাশীলতা পৰজীৱী জীৱৰ উদাহৰন, আনহাতে কাঠফুলা মৃতজীৱী জীৱৰ উদাহৰন।





